এখিনি সুমধুৰ সময়, এই আৱাসগৃহৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে, সেইবুলিয়েই মই চৰকাৰী নিৰ্দেশক অৱমাননা নকৰো, আৱাসগৃহ খালী কৰি দিমঃ ৰাহুল গান্ধী
অসম লাইভ২৪ঃ দিল্লীৰ তুঘলক ৰোডত থকা চৰকাৰী আৱাসগৃহ খালী কৰিবলৈ ৰাহুল গান্ধীক সোমবাৰে নিৰ্দেশ দিছিল লোকসভাৰ হাউছিং বৰ্ডে। ৰাহুলে এই ...














