• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে? 

দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে? 

4 years ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

25 minutes ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

43 minutes ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

59 minutes ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

1 hour ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

18 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

19 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

19 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

20 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

20 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

21 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

21 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে? 

editor by editor
May 10, 2022
in বিবিধ, ভাৰত
0
দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে? 
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যি সময়ত বৈবাহিক ধৰ্ষণৰ অপৰাধকৰণ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আছে সেই সময়তে ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ (২০১৯-২১)ৰ এক সমীক্ষাই প্ৰকাশ কৰিছে যে পুৰুষৰ এটা বৃহৎ অংশই বিশ্বাস কৰে যে এগৰাকী মহিলাই তেওঁৰ স্বামীৰে যৌন সম্পৰ্ক অস্বীকাৰ কৰাটো যুক্তিসঙ্গত কিছুমান কাৰণ থাকে।

সমীক্ষাটো দেখা গৈছে ৮০ শতাংশ মহিলাই বিশ্বাস কৰে যে তেওঁলোকৰ স্বামীৰে যৌন সম্পৰ্ক অস্বীকাৰ কৰাটোত প্ৰধানতঃ তিনিটা ন্যায়সংগত কাৰক থাকে৷ এই ন্যায়সঙ্গত কাৰক কেইটা হৈছে ক্ৰমে— যদি স্বামীৰ যৌন সংক্ৰমিত ৰোগ আছে, স্বামীয়ে আন মহিলাৰ সৈতে যৌন সম্ভোগ কৰে আৰু বা মহিলা গৰাকী ভাগৰুৱা বা সম্ভোগ কৰিবলৈ মানসিক বা শাৰীৰিকভাৱে প্ৰস্তুত নহ’ব পাৰে৷ আৰু এই কাৰকবোৰৰ সৈতে ৬৬ শতাংশ পুৰুষেও সহমত প্ৰকাশ কৰে বুলিও কোৱা হৈছে৷

অৱশ্যে, এই তিনিটা কাৰকৰ যিকোনো এটা কাৰকৰ সৈতে সহমত প্ৰকাশ নকৰা পুৰুষ মহিলাও আছে আৰু ইয়াৰ সংখ্যা হৈছে ক্ৰমে ১০% আৰু ৮%৷

লগতে পঢ়ক ৪৮ ফুট উচ্চতাৰ অমিতা গছ! ভাৰতৰ পৰা কাঢ়ি নিলে গিণিজ ৱৰ্ল্ড ৰে’কৰ্ড

ইফালে ‘স্বামীৰ সৈতে সুৰক্ষিত যৌন সম্পৰ্ক আলোচনাৰ প্ৰতি মনোভাৱ’ সম্পৰ্কীয় জৰীপত ‘সন্মতি’ বিষয়টোক লিংগ সমতাৰ এক সক্ষম কাৰক হিচাপে গুৰুত্ব প্ৰদান কৰা দেখা গৈছে৷ এই শাখাত ১৫-৪৯ বছৰৰ বয়সৰ মহিলা আৰু পুৰুষসকলক সাঙুৰি লোৱা হৈছিল আৰু তেওঁলোকৰ পাঁচৰ ভিতৰত চাৰিজনে এই বিষয়ত সহমত প্ৰকাশ কৰা বুলি কোৱা হৈছে৷

আনহাতে, মহিলাই স্বামীৰে যৌন সম্পৰ্ক স্থাপনত অস্বীকাৰ কৰাৰ ক্ষেত্ৰত উপৰোক্ত তিনিওটা কাৰণক মানি লোৱা হাৰ পূৰ্বতকৈ বৃদ্ধি পাইছে৷ ২০১৫-১৬ৰ বিপৰীতে এইবাৰৰ সমীক্ষাত ইয়াৰ হাৰ ১২ শতাংশলৈ বৃদ্ধি পাইছে৷

সমীক্ষাটোৰ মতে ১৯% পুৰুষে সন্মত হয় যে এগৰাকী স্বামীয়ে বিচৰা সময়ত তেওঁৰ পত্নীয়ে যৌন সম্ভোগ কৰিবলৈ অস্বীকাৰ কৰিলে খং কৰাৰ আৰু ভৰ্ৎসনা কৰাৰ অধিকাৰ আছে৷ সমীক্ষাটোৱে লগতে দেখুৱায় যে পাঁচগৰাকীৰ ভিতৰত চাৰিগৰাকীতকৈ অধিক অৰ্থাৎ ৮২শতাংশ মহিলাই তেওঁলোকৰ স্বামীক সেই সময়ত যৌন সম্পৰ্ক নিবিচাৰো বুলি স্পষ্টভাৱে ক’ব পাৰে।

লগতে পঢ়ক মোগল সাম্ৰাজ্যৰ ধ্বজাবাহক কুটুব মিনাৰ; নাম সলনিৰ দাবী হিন্দুত্ববাদীৰ

কিন্তু, হকাশজনক দিশটো হ’ল যে ৪৫% মহিলা আৰু ৫৫% পুৰুষে বিশ্বাস কৰে যে এজন স্বামীয়ে তেওঁৰ পত্নীক নিৰ্দিষ্ট সাতটা কাৰণৰ ভিতৰত কমেও এটা কাৰণ প্ৰহাৰ কৰাটো ন্যায়সঙ্গত৷ অৰ্থাৎ বৃহৎ সংখ্যক স্বামী-স্ত্ৰীয়ে সাতটা কাৰণৰ এটাৰ বাবে স্বামীয়ে পত্নীক শাৰীৰিক অত্যাচাৰ কৰাটোক যুক্তিসংগত বুলি ভাবে, যিটো অতি উদ্বেগজনক বুলি অভিহিত কৰিব পাৰি৷

এই সাতটা কাৰণ হৈছে ক্ৰমে — ১) স্বামীক নোকোৱাকৈ পত্নীয়ে বাহিৰলৈ যোৱা, ২) পত্নীয়ে ঘৰ বা সন্তানক অৱহেলা কৰা, ৩) স্বামীৰ সৈতে পত্নীয়ে তৰ্ক কৰা, ৪) স্বামীৰে যৌন সম্ভোগ কৰিবলৈ পত্নীয়ে অস্বীকাৰ কৰা, ৫) সঠিকভাৱে খাদ্য ৰান্ধিব নোৱাৰা, ৬) পত্নীক অবিশ্বাসী বুলি সন্দেহ কৰা আৰু ৭) পত্নীৰ শহুৰেকৰ প্ৰতি অসন্মান দেখুওৱা।

অৱেশ্যে, এই ক্ষেত্ৰত বৃহৎ সংখ্যক মহিলাই উপৰোক্ত কাৰণবোৰৰ ক্ষেত্ৰত সন্মত হ’লেও পত্নীক প্ৰহাৰ কৰাটো ন্যায়সঙ্গত বুলি কোৱা মহিলাৰ হাৰ পূৰ্বৰ ৫২%ৰ পৰা ৭ % হ্ৰাস পাইছে৷ ইফালে পুৰুষৰ ক্ষেত্ৰত ই ৪২%ৰ পৰা আৰু দুই শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক বিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি

উল্লেখ্য যে কিছুদিন পূৰ্বে এই সম্পৰ্কীয় অৰ্থাৎ বিবাহজনিত ধৰ্ষণ সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল৷ কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি কৈছিল যে বিবাহ মানে পুৰুষসকলৰ বাবে পত্নীৰ ওপৰত নৃশংস অত্যাচাৰ আৰু আৰু ধৰ্ষণ কৰাৰ অনুজ্ঞা পত্ৰ নহয়৷

উক্ত ৰায়ে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে আৰু এতিয়াও এই প্ৰতিক্ৰিয়া নিৰ্বাপিত হোৱা নাই৷ তেনে সময়তে ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ (২০১৯-২১)এ প্ৰকাশ কৰা সমীক্ষাৰ ফলাফলে এই বিষয়টোক আৰু অধিক প্ৰাসংগিক কৰি তোলা বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMarital RapeNFHS-5safer sexual relations
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

April 16, 2026
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

April 16, 2026
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ
জীৱনশৈলী

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

April 16, 2026
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
Next Post
তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?

তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?

সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.