অপৰাধ

যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

শেহতীয়াকৈ পুনেৰ য়েৱালেৱাড়ী অঞ্চলত এগৰাকী ১৯ বছৰীয়া যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এক ৪২ বছৰীয়া জ’মেটো’ ডেলিভাৰী...

Read more

হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

এক পাষাণ পিতৃৰ জঘন্য তথা নাৰকীযয় কাণ্ড পোহৰলৈ আহিছে৷ এজন পিতৃয়ে ১২ বছৰীয়া শিশু পুত্ৰক শৰীৰত কেৰাচিন ঢালি জ্বলাই হত্যা...

Read more

এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

অসমৰে এগৰাকী মহিলাৰ বিৰুদ্ধে উত্থাপন হৈছে অতি ভয়ংকৰ অভিযোগ৷ স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে যৌন সম্পৰ্ক স্থাপন কৰা ভিডিঅ’ ৰেকৰ্ডিং কৰি সামাজিক...

Read more

ফ্লেটত অকলে আছিল যুৱতী৷ নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷ তাৰ পাছত…

অসম লাইভ ২৪ঃ এটা এপাৰ্টমেণ্টত ১৭ ছেপ্টেম্বৰৰ নিশা ৯.৩০ বজাত খাদ্য ডেলিভাৰী দিবলৈ আহি এজন জ’মেটো বয়ে সংঘটিত কৰে এই...

Read more

উদ্যত পিষ্টলেৰে মহানগৰীৰ ৰাজপথত সন্ত্ৰাস বিহাৰী ৰিক্সাৱালাৰ! তাৰপাছত কি হ’ল?

এজন ৰিক্সাচালকে হাতত উদ্যত পিষ্টল লৈ মহানগৰীৰ ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰিছে৷ অভিযুক্ত ৰিক্সা চালকজন অজয়...

Read more

উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

পেছোৱাৰৰ পৰা পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ (পিআইএ) বিমানত “অস্বাভাৱিক আচৰণ” কৰা আৰু অশান্তিৰ সৃষ্টি কৰাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰি...

Read more

এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

এগৰাকীৰ উদীয়মান কবি তথা শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷ অৰূপ কুমাৰ দাস নামৰ তৰুণ কবিগৰাকীয়ে পত্নীক হত্যা কৰি এই...

Read more

দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

দক্ষিণৰ মোহময়ী অভিনেত্ৰী দীপাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ শনিবাৰে নিজ বাসগৃহৰ চিলিং ফেনত ওলমি থকা অৱস্থাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ...

Read more

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ঘটনা...

Read more

বাংগালুৰুৰ বিমানবন্দৰ সমীপত আৰক্ষীৰ অভিযান, দেহ ব্যৱসায়ত জড়িত ৯ ব্যক্তিক গ্ৰেপ্তাৰ

বাংগালুৰু বিমানবন্দৰৰ সমীপৰ এটা চৌহদত আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ত থকা এটা ঘৰৰ গৰাকীকে ধৰি ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে৷...

Read more
Page 64 of 150 1 … 63 64 65 … 150

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]