বিবিধ

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

চছমা বিক্ৰেতা প্ৰতিষ্ঠান লেন্সকাৰ্টক লৈ সামাজিক মাধ্যমত চলিছে তীব্ৰ বিতৰ্ক৷ তেওঁলোকে কৰ্মচাৰীৰ সাজসজ্জা সংক্ৰান্তিয় এক নিৰ্দেশিকা দিয়াক লৈ সমগ্ৰ বিতৰ্কৰ...

Read more

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

এখন সপোনৰ ঘৰ নিৰ্মাণ কৰা কিংবা সপোনৰ এখন ঘৰ ক্ৰয় কৰাৰ বাবে প্ৰত্যেকজন মধ্যবিত্তই হোন লোন বা গৃহ ঋণৰ ওপৰত...

Read more

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

প্ৰত্যেকেই নিজাকৈ এখন ঘৰৰ মালিক হোৱাৰ সপোন দেখে৷ আজিকালি মুদ্ৰাস্ফীতিৰ সময়ত ঘৰ ক্ৰয় কৰা খুবেই কঠিন৷ ইয়াৰ ফলত গৃহঋণৰ প্ৰয়োজনীয়তা...

Read more

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

ফিক্সড ডিপোজিটৰ ওপৰত বিভিন্ন বেংকে বিভিন্ন ধৰণৰ সুদ প্ৰদান কৰে৷ প্ৰবীণ নাগৰিক বা ছিনিয়ৰ চিটিজেনৰ বাবেও আৰু বেছি সুদৰ হাৰ...

Read more

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

জ্যোতিষমতে ১১ মে এক বিশেষ দিন৷ সেইদিনটোতে পুৱা ৬বাজি ৩৬ মিনিটত শুক্ৰ আৰু গুৰুৱে এটাই আনটোৰ ৩০ ডিগ্ৰী কোণত অৱস্থান...

Read more

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

নাচিকৰ টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভিতৰচৰাৰ কাহিনী এয়া৷ কৰ্পৰেট অফিচৰ ভিতৰত যৌন শোষণ, জোৰ-জবৰদস্তি আৰু আস্থাৰ অপব্যৱহাৰৰ এক আৰ্হি উন্মোচন কৰিছে।...

Read more

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

বৈদিক জ্যোতিষমতে যেতিয়া এটা ৰাশিলৈ চাৰিটা গ্ৰহ আহে তেতিয়াই চতুৰ্গ্ৰহী যোগ তৈয়াৰ হয়৷ এই যোগক অত্যন্ত প্ৰভাৱশালী হিচাপে ধৰা হয়৷...

Read more

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

তাৰকাসকলৰ সৰ্বক্ষণৰ সংগী হৈ থাকে তেওঁলোক৷ প্ৰতিমুহূৰ্ততে তাৰকাসকলক সুৰক্ষা দি থাকে৷ জানেনে বলীউডৰ তাৰকাসকলৰ দেহৰক্ষীসকলে মাহিলী কিমান টকা দৰমহা লাভ...

Read more

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ভাৰতত অৰেল কেন্সাৰ বৃদ্ধি পাব ধৰিছে৷ অথচ চেষ্টা কৰিও এই ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠা নাই৷ গুটখা, পানমছলা খোৱাৰ...

Read more

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

প্ৰটিনক দেহৰ 'বিল্ডিং ব্লক’ বুলি কোৱা হয়। এই উপাদান শৰীৰৰ একাধিক জৰুৰী কাম কাজত লাগে। দেহত প্ৰটিনৰ ঘাটি হ’লে নানান...

Read more
Page 273 of 968 1 … 272 273 274 … 968

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]