তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?
অসম লাইভ২৪ঃ দলীয় বিধায়কসকলক উদ্দেশ্যি চিঠি লিখি বাৰ্তা পঠিয়াইছে তিহাৰ জে’লত বন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে। বৃহস্পতিবাৰে এখন সংংবাদমেল অনুষ্ঠিত ...














