Tag: Russia Ukraine invasion

তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি

তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি

ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আহ্বান ক্ৰমে ইউক্ৰেইনে সোমবাৰে বিয়লি ৰাছিয়াৰে আলোচনাত বহিবলৈ সন্মত হ’লেও প্ৰতিটো ক্ষণতে উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত ...

ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

‘সপোন’ জ্বলিছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ৷ আক্ৰমণকাৰী ৰাছিয়াই ইউক্ৰেইনৰ বিশ্বৰ বৃহত্তম বিমানখন ধ্বংস কৰি ‘সপোন’ জ্বলালে৷   ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দমিত্ৰ’ ...

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!

অব্যাহত আছে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷ ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ভাবুকি দিয়াৰ পিছতে ইউক্ৰেইনে আলোচনাৰ বাবে সন্মত হৈছে৷   এই আক্ৰমণত ...

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী

সমগ্ৰ মুখমণ্ডলত তেজৰ চেকুৰা৷ মুখমণ্ডলৰ তেজৰ দাগবোৰ শুকাই গৈছে৷ মূৰত বগা কাপোৰৰ বেণ্ডেজ৷ তেজৰ দাগেৰে ৰাঙলি পোছাক৷   এই বিধ্বস্ত ...

দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

আজি তৃতীয় দিনাও ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ অব্যাহত আছে৷ বৰং তৃতীয় দিনা ৰাছিয়াই ৰাজধানী কীয়েভ দখলৰ বাবে আক্ৰমণ অধিক তীব্ৰতৰ কৰি ...

এয়াহে নেতা : বুলেটপ্ৰুফ জেকেট পিন্ধিত যুদ্ধভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

এয়াহে নেতা : বুলেটপ্ৰুফ জেকেট পিন্ধিত যুদ্ধভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

দেশ সংকটত৷ দেশৰ জনতাৰ জীৱন বিপন্ন৷ চাৰিওফালে আক্ৰমণকাৰী ৰাছিয়াৰ বোমা, বাৰুদ, গোলা বৰ্ষণত বিধ্বস্ত দেশ বৈধ্যভূমিত পৰিণত হৈছে৷   এনে ...

উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস

উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে তিনিটা দিন অতিক্ৰম কৰিলে৷ ইউক্ৰেইনৰ প্ৰধান চহৰসমূহৰ লগতে সামৰিক ঘাটি, অস্ত্ৰ ভাণ্ডাৰ, বিমান ঘাটি আদিক যুদ্ধবাজ ৰাছিয়াই ...

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ : আমেৰিকা আৰু NATOৰ বলিৰ পঠা হ’ল নেকি ইউক্ৰেইন?

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ : আমেৰিকা আৰু NATOৰ বলিৰ পঠা হ’ল নেকি ইউক্ৰেইন?

আজি দ্বিতীয় দিনাও ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ অব্যাহত ৰাখিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাছিয়াৰ আক্ৰমণত শ শ লোকৰ ...

Page 7 of 7 1 6 7

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]