পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

জীয়াই থকাৰ বাবে পানীয়েই আটাইতকৈ প্ৰয়োজনীয় উপাদান। USGSৰ মতে, এজন প্ৰাপ্তবয়স্কৰ শৰীৰৰ প্ৰায় ৬০ শতাংশ পানী। শৰীৰৰ অন্যান্য কাৰ্য্যৰ লগতে...

Read more

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

প্ৰত্যেকেই দীৰ্ঘদিনলৈ সুস্থ আৰু ৰোগমুক্ত হৈ থাকিব বিচাৰে। দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিবলৈ কেৱল ব্যায়াম কৰাটোৱেই যথেষ্ট নহয়। ইয়াৰ বাবে নিয়মীত...

Read more

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই দেশত মূল্যবৃদ্ধিৰ চাপ ক্ৰমাৎ বৃদ্ধি পাইছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা উত্তেজনাৰ ফলত আন্তঃৰাষ্ট্ৰীয়...

Read more

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

আজিকালি একেবাৰে কম বয়সীয়া কিশোৰ-কিশোৰীয়েও সৰু সৰু কথা পাহৰি যোৱাৰ বহু অভিযোগ আহে। অহৰহ মানসিক চাপ, টোপনিৰ অভাৱ, ভাৰসাম্যহীন খাদ্য...

Read more

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

বৰ্তমান অধিক লাভৰ লোভত বহু অসাধু ব্যৱসায়ীয়ে আটাত ষ্টোন পাউডাৰ মিহলাই বিক্ৰী কৰা ঘটনাই জনসাধাৰণৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।...

Read more

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

পনীৰ, দৈ, বা গাখীৰেই হওক, আজিকালি বিশুদ্ধ দুগ্ধজাত সামগ্ৰী পোৱাটো এক দুৰ্লভ ঘটনাৰ দৰে। শেহতীয়াকৈ ফুড ফাৰ্মাৰৰ প’ডকাষ্টত মহাৰাষ্ট্ৰৰ FDA...

Read more

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

ডাবৰৰ কেইবাটাও খাদ্য সামগ্ৰীৰ বিক্ৰী আৰু প্ৰচাৰত বাধা আৰোপ কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান নিয়ন্ত্ৰণ প্ৰাধিকৰণে (FSSAI)। এই তালিকাত...

Read more

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

জাৰকালি আৰু জহকালি বিভিন্ন পাচলি বজাৰত উপলব্ধ হয়। প্ৰত‍্যেক বিধ পাচলিৰ গুণাগুণ বেলেগ বেলেগ। কিন্তু এই সকলো পাচলি সকলো মানুহৰ...

Read more

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল বিশ্বৰ লগতে অসমতো আটাইতকৈ জনপ্ৰিয় আৰু সহজলভ্য ফলসমূহৰ ভিতৰত অন্যতম। বিশেষকৈ পকা কল পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমাণে কাৰ্ব’হাইড্ৰেট,...

Read more
Page 2 of 24 1 2 3 … 24

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]