ভাৰত

দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?

অসম লাইভ২৪ঃ শিক্ষাক ডিজিটেলাইছ কৰাৰ ক্ষেত্ৰত C-20 কাৰ্যকৰী গোটে মুকলি কৰিছে বিশেষ কেন্দ্ৰ। আইজলত নতুনকৈ মুকলি কৰা হৈছে বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন...

Read more

‘একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?

অসম লাইভ২৪ঃ ভাৰতীয় টেনিছ খেলুৱৈ তথা পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকৰ পত্নী ছানীয়া মিৰ্জাই বিগত কেইবামাহ ধৰি দখল কৰিছে দেশ বিদেশৰ...

Read more

ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?

অসম লাইভ২৪ঃ কিছুদিন পূৰ্বে বিখ্যাত বলীউড অভিনেতা, ৰাজনীতিবিদ, ক্ৰীড়া তাৰকাৰ ব্লু টিক আঁতৰাই দিয়াক লৈ অব্যাহত আছে চৰ্চা৷ টুইটাৰ এলন...

Read more

বিশ্বৰ সকলোতকৈ দামী পানী, তিনি লাখটকীয়া কাপত পুৱাৰ চাহ, স্কুলৰ শিক্ষয়ীত্ৰীৰ পৰা বিশ্বৰ ধনী ব্যক্তিৰ পত্নীলৈ কেনেকৈ উত্থান হ’ল নীতাৰ?

অসম লাইভ২৪ঃ নীতা আম্বানী। মুকেশ আম্বানীৰ পত্নীক চিনি নোপোৱা মানুহ হয়তো বিশ্বত কমেই ওলাব। বলীউডৰ পৰা ক্ৰিকেটৰ জগতলৈ সকলোতে আছে...

Read more

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা…

অসম লাইভ২৪ঃ ক্ৰিকেট অনুৰাগীসকলৰ নিচেই চিনাকী নামেই হৈছে শচীন তেণ্ডুলকাৰ। ভাৰতত যিসকলে ক্ৰিকেটক ধৰ্ম হিচাপে মানে তেওঁলোকৰ মনত শচীন ভগৱান।...

Read more

মানৱ বোমাৰে উৰুৱাই দিয়া হ’ব মোদীক! বিজেপিৰ কাৰ্যালয়লৈ ধমকিসূচক চিঠি পঠিয়াই গ্ৰেপ্তাৰ কেৰালাৰ বাসিন্দা

অসম লাইভ২৪ঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱবোমাৰে উৰুৱাই দিয়াৰ ধমকি দি লিখা চিঠি পঠিয়াই দিয়া হৈছিল বিজেপিৰ সদৰ কাৰ্যালয়লৈ। সেই ঘটনাত...

Read more

হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা

অসম লাইভ২৪ঃ আইপিএল চলি আছে। আইপিএলৰ মাজতেই নিৰ্বাসনৰ শাস্তি পাব এইবাৰ ৫গৰাকী অধিনায়কে। আইপিএলৰ নিয়ম ভঙাৰ বাবেই এই শাস্তি পাব...

Read more

পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ…

অসম লাইভ২৪ঃ অমৃতপাল সিঙক কিয় পঞ্জাৱত গ্ৰেপ্তাৰ কৰাৰ পাছত অসমৰ কাৰাগাৰত ৰখা হৈছে। খালিস্তানী নেতা অমৃতপালক লৈ দেশজুৰি অব্যাহত আছে...

Read more

পুৰুষ মিছাতেই বদনামী! যৌনসংগীৰে পুৰুষতকৈ আগবাঢ়ি আছে মহিলা, ১১ ৰাজ্যৰ মহিলাৰ পুৰুষতকৈ যৌনসংগী বেছি, মূল একাদশত আছে অসমৰো নাম

অসম লাইভ২৪ঃ একাধিক যৌনসংগীৰ কথা উত্থাপিত হ’লেই সকলোৰে টাৰ্গেট হৈ পৰে পুৰুষ। কিন্তু নেশ্বনেল ফেমিলি হেলথ ছাৰ্ভে’ ৰ ৰিপৰ্ট অনুসৰি...

Read more

বিলাসী হ’লেও দেশী ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰে মুকেশ আম্বানীয়ে! এই ৰেষ্টুৰেণ্টখনৰ বিশেষত্ব কি?

অসম লাইভ২৪ঃ মুকেশ আম্বানীৰ ব্যক্তিগত জীৱনক জনাৰ বাবে বহুজনেই আগ্ৰহী। এণ্টিলিয়াৰ ভিতৰত থকা সম্পত্তিৰ পৰিমান জানিবলৈ বহুজনেই আগ্ৰহী। আম্বানী পৰিয়ালক...

Read more
Page 656 of 1032 1 655 656 657 1,032

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]