ৰাজনীতি

প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে… ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ

অসম লাইভ২৪ঃ ভাৰতত ভৰি দিছে ভাৰতীয় বংশোদ্ভুতৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে৷ ভাৰতত উপস্থিত হৈয়েই ভাৰতীয় সংস্কৃতি পৰম্পৰা ধৰ্মক লৈ মন্তব্য...

Read more

‘পৰিণীতিতকৈ ৰাজনীতি মোৰ জীৱনলৈ আগেয়ে আহিছে’, পৰিণীতিৰ সৈতে বিবাহক লৈ অৱশেষত মুখ খুলিলে সাংসদ ৰাঘৱ চাড্ডাই

অসম লাইভ২৪ঃ পৰিণীতিৰ সৈতে প্ৰেমৰ আৰম্ভণিৰ পূৰ্বে ৰাঘৱ ৰাজনীতিত৷ পৰিণীতিৰ স্বামীয়েই ৰাঘৱৰ পৰিচয় হৈ পৰিছে নেকি? কিয় বাৰে বাৰে পৰিণীতিক...

Read more

দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও

অসম লাইভ২৪ঃ ইণ্ডিয়া বা ভাৰত! ৫ ছেপ্টেম্বৰৰ পৰা দেশৰ দুটা নামক লৈ উত্তাল হৈ আছে ৰাজনৈতিক মহল। ক্ষমতাৰ অপব্যৱহাৰ কৰি...

Read more

জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?

অসম লাইভ২৪ঃ G-20 সন্মিলনক লৈ উখল-মাখল ৰাজধামী দিল্লী। এখনৰ পাছত আনখন দেশৰ ৰাষ্ট্ৰপ্ৰধান উপস্থিত হৈছে ভাৰতত। কিন্তু এই ৰাষ্ট্ৰপ্ৰধানসকলৰ অভ্যৰ্থনাৰ...

Read more

প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

অসম লাইভ২৪ঃ তেওঁলোক জনপ্ৰতিনিধি। জনতাৰ সমৰ্থন লাভ কৰি তেওঁলোকে জনতাৰ বাবে কাম কৰিবলৈ মনোনিত হয়। জনতাৰ ধনেৰেই তেওঁলোক চলি থাকে।...

Read more

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

অসম লাইভ২৪ঃ দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কিমান শিক্ষিত হোৱাটো প্ৰয়োজনীয়? দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতা কিমান আছিল? নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা...

Read more

পুনৰ বিমুদ্ৰাকৰণ! দেশৰ নাম সলনিৰ বাবেই আকৌ হ’ব নেকি বিমুদ্ৰাকৰণ?

অসম লাইভ২৪ঃ ভাৰত নে ইণ্ডিয়া? দেশৰ নাম সলনি হ'লে আন কি কি সলনি হ'ব? পুনৰ হ'ব নেকি বিমুদ্ৰাকৰণ? বিৰোধীৰ মিত্ৰজোঁটৰ...

Read more

সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে…DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?

অসম লাইভ২৪ঃ সনাতন ধৰ্মক একেবাৰে নিৰ্মূল কৰাৰ পক্ষত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি ষ্টেলিন৷ তেওঁৰ মতে সনাতন ধৰ্ম...

Read more

৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

অসম লাইভ২৪ঃ ২০১৪ চনৰ মে মাহত প্রধানমন্ত্ৰীৰ আসনত বহিছিল নৰেন্দ্ৰ মোদী৷ তেতিয়াৰ পৰা বৰ্তমানলৈ মাজত ৯ বছৰ৷ অৰ্থাৎ ৩২৭৮ দিন,...

Read more

প্ৰেমেহে দেশক প্ৰগতিৰ পথলৈ লৈ যাব! আদিবাসীসকল এই দেশৰ মাটিৰ প্রথম মালিক কিয়? সবিশেষ বুজাই কি ক’লে ৰাহুল গান্ধীয়ে?

অসম লাইভ২৪ঃ ছত্তিছগড়ত ৰাহুল গান্ধীৰ উদ্দাত্ত ভাষণ। কংগ্ৰেছ দলৰ কৰ্মকৰ্তাক এটা এটা বাঘ বুলি ভাষণৰ আৰম্ভ কৰে ৰাহুল গান্ধীয়ে। ৰাহুলে...

Read more
Page 130 of 297 1 … 129 130 131 … 297

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]