ৰাজনীতি

প্ৰকাশ পালে সমষ্টি পুনঃনিৰ্ধাৰণৰ চুড়ান্ত তালিকা, সলনি হ’ল ১৯ টা বিধানসভা আৰু ১টা লোকসভা সমষ্টিৰ নাম

অসম লাইভ২৪ঃ প্ৰকাশ পালে সমষ্টি পুনঃনিৰ্ধাৰণৰ চুড়ান্ত তালিকা। সলনি হ'ল ১৯ টা বিধানসভা আৰু ১টা লোকসভা সমষ্টিৰ নাম। কি সমষ্টিৰ...

Read more

‘মণিপুৰ শেষ হৈছে, সংসদত মোদীয়ে হাঁহিছে!’ আকৌ প্ৰধানমন্ত্ৰীক কটাক্ষ ৰাহুল গান্ধীৰ

অসম লাইভ২৪ঃ মণিপুৰক লৈ আকৌ এবাৰ মুখ খুলিছে সাংসদ ৰাহুল গান্ধীয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই দোষী বুলি ক’লে সাংসদ ৰাহুলে। দেশত...

Read more

প্ৰেমৰ দোকান নহয় লুটপাতৰ দোকান খুলিছে কংগ্ৰেছে, প্ৰেমৰ দোকানত অচিৰেই তলা ওলমিবঃ প্ৰধানমন্ত্ৰী মোদী

অসম লাইভ২৪ঃ বক্তব্যত প্ৰধানমন্ত্ৰী মোদীৰ টাৰ্গেট এতিয়া ৰাহুল গান্ধী। ৰাহুলৰ প্ৰেমৰ দোকানক লৈ মন্তব্য প্রধানমন্ত্ৰী মোদীৰ। প্রধানমন্ত্ৰী মোদীয়ে ৰাহুল গান্ধীৰ...

Read more

উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

অসম লাইভ২৪ঃ মণিপুৰক লৈ অৱশেষত মুখ খুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি বিৰোধীয়ে অনা প্ৰশ্নৰ ওপৰত...

Read more

৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

অসম লাইভ২৪ঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আবেলি ৪ বজাত সংসদৰ নিজৰ বক্তব্য ৰাখিব। বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীগৰাকী সংসদত উপস্থিত হোৱা নাই। কিন্তু...

Read more

মহিলা সাংসদক উদ্দেশ্যি অভৱ্য আচৰণ! নাম নোলোৱাকৈ ৰাহুলক টাৰ্গেট মন্ত্ৰী স্মৃতি ইৰাণীৰ, এই অভিযোগেই বিপদ আনিব নেকি সাংসদ ৰাহুলৰ?

অসম লাইভ২৪ঃ মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰি সাংসদ পদ হেৰুৱাইছিল ৰাহুল গান্ধীয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সাংসদ পদ পুনৰ লাভ...

Read more

ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

অসম লাইভ২৪ঃ সাংসদ পদ ঘূৰাই পোৱাৰ পাছত তুঘলকৰ ১২ নম্বৰ লেনত থকা বাংলো ঘূৰাই পালে ৰাহুল গান্ধীয়ে। বাংলো ঘূৰাই পোৱাক...

Read more

সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

অসম লাইভ২৪ঃ ৰাহুল গান্ধীয়ে নহয় অনাস্থা প্ৰস্তাৱ অনাৰ আৰম্ভণি ভাষণ আৰম্ভ কৰিলে গৌৰৱ গগৈয়ে। গৌৰৱে তেওঁৰ বক্তব্যত কয়, 'অনাস্থা প্ৰস্তাৱ...

Read more

আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

অসম লাইভ২৪ঃ চাৰি বছৰ পূৰ্বৰ এক অপৰাধৰ বাবেই দুবছৰৰ শাস্তি দিয়া হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। শাস্তি ঘোষণাৰ পাছতেই খাৰিজ...

Read more
Page 129 of 351 1 128 129 130 351

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]